New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-agrani.jpg)
- শুকুৰবাৰে পুৱা ৯.৩০ বজালৈকে ৫৪২খন আসনৰ ভিতৰত ঘোষণা হৈছে ৫২৬ খন আসনৰ ফলাফল।বিজেপি দলে লাভ কৰিছে ২৯৭ খন আসন।
- ৬ খন আসনত লাভ কৰিছে দলটোৱে।
- আনহাতে, কংগ্ৰেছ দলে ৫২খন আসন লাভ কৰিছে।
- জনতা দল ইউনাইটেডে লাভ কৰিছে ১৬ খন আসন।
- সমাজৱাদী পাৰ্টিয়ে লাভ কৰিছে ৫খন আসন।
- তেলেংগানাৰ ৰাষ্ট্ৰ সমিতিয়ে লাভ কৰিছে ৯খন আসন।
- শিৱসেনাই লাভ কৰিছে ১৮ খন আসন।
- আনহাতে, টি এম চিয়ে ২২খন আসন লাভ কৰাৰ লগতে অগ্ৰগতি লাভ কৰি আছে ৪খন আসনত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us