নিৰ্বাচন-২০১৯ মুখ্য-পৃষ্ঠা সমাজবাদী পাৰ্টীৰ পৰা আহি কংগ্ৰেছত যোগ দিলে প্ৰাক্তন মন্ত্ৰীয়ে সমাজবাদী পাৰ্টীৰ পৰা আহি কংগ্ৰেছত যোগ দিলে প্ৰাক্তন মন্ত্ৰীয়ে asomiyapratidin 11 Apr 2019 17:06 IST Follow UsNew Updateসমাজবাদী পাৰ্টীৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰবি দত্তমিশ্ৰৰ কংগ্ৰেছত যোগদান।বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীৰ উপস্থিত কংগ্ৰেছত যোগ দিলে ৰবি দত্তমিশ্ৰই।পূৰ্বে বিজেপিৰ সদস্য আছিল ৰবি মিশ্ৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক