কোচবিহাৰত ভাৰতীয় নাগৰিক হিচাপে প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত ৯,৭৬৬জন ন ভাৰতীয়ৰ

কোচবিহাৰত ভাৰতীয় নাগৰিক হিচাপে প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত ৯,৭৬৬জন ন ভাৰতীয়ৰ

author-image
asomiyapratidin
New Update
কোচবিহাৰত ভাৰতীয় নাগৰিক হিচাপে প্ৰথমবাৰলৈ ভোটাধিকাৰ সাব্যস্ত ৯,৭৬৬জন ন ভাৰতীয়ৰ

  • কোচবিহাৰত ভাৰতীয় নাগৰিক হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰিলে দিনহাটা উপ-সংমণ্ডলবাসীয়ে।
  • শাৰী পাতি ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত এইসকল ভোটাৰৰ।
  • বাংলাদেশৰ লগত হোৱা এনক্লেভ চেটেলমেন্টৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল ৯,৭৬৬ জন হিন্দু বাংলাদেশীক।
  • নাগৰিকত্ব লাভ কৰাৰ পিছত প্ৰথমবাৰলৈ ভাৰতীয় নাগৰিক হিচাপে ভোটাধিকাৰ সাব্যস্ত এইসকল লোকৰ।