New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/rahul-gandhi-in-amethi_b56c26da-85ea-11e8-b9ce-1e6263d714a8.jpg)
ফাইল ফটো
- লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে পুনৰ বিপদত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।
- দিল্লীৰ পাটিয়ালা হাউচ আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ।
- যোগীন্দৰ তুলি নামৰ এজন লোকে দাখিল কৰিলে গোচৰ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ক্ষতিজনক মন্তব্য কৰাৰ দাবী কংগ্ৰেছ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us