এইবাৰ কম্পিউটাৰ বাবাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ

এইবাৰ কম্পিউটাৰ বাবাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ

author-image
asomiyapratidin
New Update
এইবাৰ কম্পিউটাৰ বাবাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ

  • কম্পিউটাৰ বাবাৰ বিৰুদ্ধে এইবাৰ নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ।
  • নিৰ্বাচন আয়োগৰ নিৰ্দেশত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।
  • ভূপাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল কম্পিউটাৰ বাবাই।
  • নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ।