New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4fz_T_UcAAG-WQ.jpg)
- মঞ্চত কংগ্ৰেছ নেতাক প্ৰহাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল।
- সুৰেন্দ্ৰনগৰক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে।
- পুৱা গুজৰাটৰ সুৰেন্দ্ৰনগৰত এখন নিৰ্বাচনী প্ৰচাৰ সভা চলি থকাৰ মাজতে সংঘটিত হৈছিল এই ঘটনা।
- কংগ্ৰছ নেতা হাৰ্দিক পেটেলে মঞ্চত ভাষণ দি থকা অৱস্থাত মঞ্চলৈ উঠি আহি এজন লোকে শোধাইছিল চৰ।
- এই ঘটনাৰ আঁৰত বিজেপি জড়িত থকাৰ দাবী কংগ্ৰেছৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us