New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- উত্তৰ প্ৰদেশৰ কুৰ্ণুলৰ আহোবিলামত নিৰ্বাচনৰ মাজতে অপ্ৰীতিকৰ পৰিস্থিতি।
- টেলেগু দেশম পাৰ্টী আৰু ৱাইএছআৰচিপি কৰ্মীৰ মাজত সংঘাত।
- প্ৰথমে তৰ্কাতৰ্কিৰে আৰম্ভ হোৱা সংঘতে পিছতে প্ৰচণ্ড মাৰপিটৰ ৰূপ লয়।
- দুয়োটা ৰাজনৈতিক দলৰ কৰ্মীৰ এই সংঘাতত আহত কেইবাজনো কৰ্মী।
Earlier visuals: One security personnel injured after clash broke out between TDP & YSRCP workers in Kurnool's Ahobilam area today. #AndhraPradeshpic.twitter.com/nUaa4d96Y0
— ANI (@ANI) April 11, 2019
- পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰে লাঠিচালনা।
- ইফালে এই সংঘাতত আহত হৈছে এজন নিৰাপত্তাৰক্ষীও।
- ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us