ভোটগ্ৰহণৰ মাজতে খহি পৰিল চিলিং ফেন, নিহত প্ৰিজাইডিং বিষয়া

ভোটগ্ৰহণৰ মাজতে খহি পৰিল চিলিং ফেন, নিহত প্ৰিজাইডিং বিষয়া

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • উত্তৰ প্ৰদেশৰ মঙলবাৰৰ ভোটগ্ৰহণৰ মাজতে অঘটন।
  • এটা লোকসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটকেন্দ্ৰত সংঘটিত হ'ল দুৰ্ভাগ্যজনক ঘটনা।
  • ভোটগ্ৰহণ পৰ্ব চলি থকাৰ সময়তে খহি পৰিল এখন চিলিং ফেন।
  • দুৰ্ঘটনাত নিহত ভোটকেন্দ্ৰটোৰ দায়িত্বত থকা প্ৰিজাইডিং বিষয়াগৰাকী।
  • এই দুৰ্ঘটনাৰ পিছতে স্থগিত ৰখা হৈছে ভোটকেন্দ্ৰটোৰ ভোটগ্ৰহণ।