প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ভোটাধিকাৰ সাব্যস্ত…

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ভোটাধিকাৰ সাব্যস্ত…

author-image
asomiyapratidin
New Update
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ ভোটাধিকাৰ সাব্যস্ত…

  • ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
  • প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ।
  • দিল্লীৰ কে কামৰাজ লেনৰ এন পি প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ।
  • দেশত শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ পৰ্ব।