New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4YievgXoAQCWVY.jpg)
- বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- দেশৰ ১২খন ৰাজ্যৰ ৯৬টা সমষ্টিত হ'ব ভোটগ্ৰহণ।
- ইতিমধ্যে অধিকাংশ ভোটগ্ৰহণকেন্দ্ৰত উপস্থিত হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4Yiia1X4AAA_sZ.jpg)
- জলপাইগুৰি, দাৰ্জিলিং আৰু ৰায়গঞ্জৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ অনা হৈছে ই ভি এম মেচিনসমূহ।
- কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4YikwFWsAETyfp.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us