নিৰ্বাচনৰ ভোটগণনা অব্যাহত, কোন দলে লাভ কৰিলে কিমান আসন…

নিৰ্বাচনৰ ভোটগণনা অব্যাহত, কোন দলে লাভ কৰিলে কিমান আসন…

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • শুকুৰবাৰেও অব্যাহত লোকসভা নিৰ্বাচনৰ ভোটগণনা পৰ্ব।
  • শুকুৰবাৰৰ পুৱা ৭ বজালৈকে মুঠ ৫০৬টা সমষ্টিৰ ভোটগণনা সম্পন্ন।
  • বিজেপিয়ে লাভ কৰিছে ২৮৮খন আসন।
  • ইফালে ১৫খন আসনত দলটোৰ অগ্ৰগতি।
  • কংগ্ৰেছে লাভ কৰিছে ৫০খন আসন আৰু ২টা সমষ্টিত আগবাঢ়ি আছে।
  • আনহাতে, তৃণমূল কংগ্ৰেছে লাভ কৰে ১৯খন আসন।
  • দলটো আগবাঢ়ি আছে আছে ৩টা সমষ্টিত।