/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-live-update.jpg)
পুৱা ৯.০৮ বজাতঃ লক্ষ্ণৌত আগবাঢ়ি আছে ৰাজনাথ সিং।
পুৱা ৯.০৭ বজাতঃ ৰাজস্থানত ২০খন আসনত আগবাঢ়ি আছে বিজেপি। গুজৰাটত ১১খন আসনত আগবাঢ়ি আছে বিজেপি।
পুৱা ৯.০৬ বজাতঃ মধ্যপ্ৰদেশত ১২খন আসনত আগবাঢ়ি আছে বিজেপি।
পুৱা ৯.০৫ বজাতঃ কংগ্ৰেছ আগবাঢ়ি আছে ১১৪খন আসনত। অন্যান্য আগবাঢ়ি আছে ১০০খন আসনত।
পুৱা ৯.০৪ঃ ২৩৩খন আসনত আগবাঢ়ি আছে এন ডি এ।
পুৱা ৯.০৩ বজাতঃ ৰায়বৰেলীত আগবাঢ়ি আছে ছোনিয়া গান্ধী।
পুৱা ৯.০২ বজাতঃ জ্যোতিৰ্দিত্য সিন্দে পিছ পৰি আছে গুণা সমষ্টিত।
পুৱা ৯.০০ বজাতঃ মধ্যপ্ৰদেশত কংগ্ৰেছ নেতা দিগ্বিজয় সিং পিছ পৰি আছে। ভুপাল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ।