২০১৯ৰ লোকসভা নিৰ্বাচনত জয়ৰ মুখ নেদেখা ৩০গৰাকী প্ৰাৰ্থী…

২০১৯ৰ লোকসভা নিৰ্বাচনত জয়ৰ মুখ নেদেখা ৩০গৰাকী প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

ডিজিটেল ডেস্কঃ ২৩মে'ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। বিজেপিয়ে বৃহৎ সংখ্যক ভোট লাভেৰে পুনৰ চৰকাৰ গঠন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জয়ী হোৱাৰ পাছত তেওঁক বহু বিশিষ্ট ব্যক্তিয়ে অভিনন্দন জনায়।ইফালে, কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰভাৱশালী তথা জ্যেষ্ঠ নেতা বিজেপিৰ হাতত পৰাভূত হয়। ইয়াৰোপৰি, আন ৰাজনৈতিক দলসমূহৰো নেতা সকল এইবাৰ নিৰ্বাচনত পৰাস্ত হয়। ২০১৯ৰ লোকসভা নিৰ্বাচনত জয়ৰ মুখ নেদেখা তেনে ৩০গৰাকী ৰাজনৈতিক নেতাৰ ক্ৰমে-

Advertisment

১. ৰাহুল গান্ধী-কংগ্ৰেছ-আমেথি। (ৱাইনাডত জয়ী)

২. জ্যোতিৰাদিত্যসিন্ধিয়া-কংগ্ৰেছ-গুণা।

৩. ছলমানখুৰ্ছিদ-কংগ্ৰেছ-ফৰুখাবাদ।

৪. শীলাদীক্ষিতা-কংগ্ৰেছ-উত্তৰ পূব দিল্লী।

৫. হৰিশৰাৱাট-কংগ্ৰেছ-নেনীতাল উধমসিং নগৰ।

৬. কীৰ্তিআজাদ-কংগ্ৰেছ-ধনবাদ।

৭. কানহাইয়াকুমাৰ-চিপিআই-বেগুছৰাই।

৮. অজয়মাকন-কংগ্ৰেছ-নতুন দিল্লী।

৯. এইচ ডিদেৱেগৌড়া-জেডিএছ-তুমকুৰ।

১০. বাবু লালমৰাণ্ডী-জেবিএম-কোডৰমা।

১১. শিবুছোৰেন-জেএমএম-ডুমকা।

১২. পপ্পুযাদৱ-জেএপিএল-মধেপুৰা।

১৩. উৰ্মিলামাতোণ্ডকাৰ-কংগ্ৰেছ-উত্তৰ মুম্বাই।

১৪. মহবুবামুফটী-পিডিপি-অনন্তনাগ।

১৫. শৰৎযাদৱ-আৰজেডি-মধেপুৰা।

১৬. জয়ন্তচৌধুৰী-আৰএলডি-বাগপত।

১৭. অজিৎসিং-আৰএলডি-মুজফৰনগৰ।

১৮. ডিম্পলযাদৱ-সমাজৱাদী পাৰ্টি-কন্নোজ।

১৯. ধৰ্মেন্দ্ৰযাদৱ-সমাজৱাদী পাৰ্টি-বদায়ু।

২০. মুনমুনসেন-আসনছোল-টিএমচি।

২১.জয়প্ৰদা-বিজেপি-ৰামপুৰ।

২২. দিগ্বিজয়সিং-কংগ্ৰেছ-ভুপাল।

২৩. দিনেশ লালনিৰহুৱা-বিজেপি-আজমগড়।

২৪. প্ৰিয়াদত্ত-কংগ্ৰেছ-মুম্বাই উত্তৰ চেন্ট্ৰেল।

২৫. মনোজসিনহা-বিজেপি-গাজিপুৰ।

২৬. ৰাজবব্বৰ-কংগ্ৰেছ-ফতেহপুৰ ছিকৰী।

২৭. শত্ৰুঘ্নসিনহা-কংগ্ৰেছ-পাটনা ছাহিব।

২৮. ভূপিন্দৰ সিংহুদ্দা-কংগ্ৰেছ-সোণিপট।

২৯. দীপেন্দৰ সিংহুদ্দা-কংগ্ৰেছ-ৰোহতক।

৩০. মল্লিকাৰ্জুনখড়গে-কংগ্ৰেছ-গুলবৰ্গ।