দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, পুৱাৰে পৰা ৰাজ্যৰ বহু ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, পুৱাৰে পৰা ৰাজ্যৰ বহু ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, পুৱাৰে পৰা ৰাজ্যৰ বহু ভোটকেন্দ্ৰত দীঘলীয়া শাৰী

  • দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি ৰাজ্যত ভোটাৰ ৰাইজৰ ব্যাপক সহাঁৰি।
  • পুৱাৰে পৰা বহু ভোটকেন্দ্ৰত দেখা গৈছে দীঘলীয়া শাৰী।
  • ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে বৃদ্ধা-বনিতা।
  • যমুনামুখ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰ সমূহত দীঘলীয়া শাৰী।
  • ডবকাৰ ৫৫ আৰু ৫৬ নং এল পি স্কুলত ভোটগ্ৰহণ কেন্দ্ৰতো দীঘলীয়া শাৰী।
  • কৰিমগঞ্জৰ কেইবাটাও কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী।
  • কিছু কিছু ঠাইত নিৰ্বাচনে কোনো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হোৱা নাই।
  • জাগীৰোডৰ আমলি ঘাট বজাৰত দেখা গৈছে গতানুগতিক ব্যৱস্থা।
  • ভোটদান বাবে ৰাইজৰ মাজত দেখা পোৱা নাই কোনো উৎসাহ।