অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ বিভিন্ন জনৰ ভোটাধিকাৰ সাব্যস্ত…

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ বিভিন্ন জনৰ ভোটাধিকাৰ সাব্যস্ত…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

  • দেশত অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব অব্যাহত।
  • ৮ৰাজ্যৰ ৫৯টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ অব্যাহত।
  • লোকসভাৰ অধ্যক্ষ তথা বিজেপি নেতা সুমিত্ৰা মহাজনে সাব্যস্ত কৰে ভোটাধিকাৰ।
  • ইফালে, হিমাচলপ্ৰদেশৰ হামিৰপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত বিজেপি সাংসদ অনুৰাগ ঠাকুৰ আৰু বিজেপি নেতা প্ৰেম কুমাৰ ধুমালেও সাব্যস্ত কৰে ভোটাধিকাৰ।
  • লগতে হিমাচলপ্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰেও মন্দি জিলাৰ ৩৬নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰে।
  • পশ্চিমবংগতো অব্যাহত ভোটগ্ৰহণ পৰ্ব।
  • ৰাজ্যখনৰ ৰায়গঞ্জ সংসদীয় সমষ্টিৰ চিপিআই(এম)ৰ প্ৰাৰ্থী মহম্মদ ছালিমে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ।
  • ছণ্ডীগড়তো কংগ্ৰেছ প্ৰাৰ্থী পৱন কুমাৰ বাঞ্চালে সাব্যস্ত কৰে ভোটাধিকাৰ।
  • আনহাতে, এগৰাকী বিশেষভাৱে সক্ষম ছনু মালি নামৰ এগৰাকী মহিলাও ইন্দোৰৰ নন্দানগৰৰ ৩১৬নং ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে প্ৰতিবাদ।