New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4bMP65UEAAopfe.jpg)
- দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে কৰ্ণাটকত তৎপৰ নিৰ্বাচন আয়োগ।
- অবৈধ টকা আৰু অন্যান্য সামগ্ৰীৰ সন্ধানত দিনে নিশাই চলাইছে তালাচী অভিযান।
- বৃহস্পতিবাৰে কৰ্ণাটকত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে নিৰ্বাচন আয়োগ উপস্থিত হয় মুখ্যমন্ত্ৰী কুমাৰ স্বামীৰ বাসগৃহত।
- মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ উত্তৰ কান্নাড়স্থিত বাসগৃহত উপস্থিত হয় নিৰ্বাচন আয়োগৰ এটা বিষয়াৰ দল।
- মুখ্যমন্ত্ৰীৰ ব্যৱহৃত সামগ্ৰী আৰু হেলিকপ্টাৰত তন্ন তন্ন তালাচী নিৰ্বাচন আয়োগৰ।
- ইফালে নিৰ্বাচন আয়োগৰ এই তালাচী বিজেপিৰ প্ৰৰোচনাত হোৱা বুলি অভিযোগ জেডিইউ আৰু কংগ্ৰেছৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us