একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ…

একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ…

author-image
asomiyapratidin
New Update
একেখন মঞ্চত মায়াৱতী, মুলায়েম, অখিলেশ…

  • উত্তৰ প্ৰদেশৰ মইনপুৰীৰ এক নিৰ্বাচনী সভাত মঞ্চত একেলগে দেখা গ'ল মুলায়েম সিং যাদৱ, মায়াৱতী আৰু অখিলেশ যাদৱক।
  • একেখন মঞ্চত প্ৰথমবাৰলৈ দেখা গ'ল মুলায়েম সিং যাদৱ আৰু মায়াৱতীক।
  • উত্তৰ প্ৰদেশত এইবাৰ নিৰ্বাচনত একেলগে অৱতীৰ্ণ হৈছে মায়াৱতীৰ বহুজন সমাজ পাৰ্টী আৰু সমাজবাদী পাৰ্টী।
  • সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱ।
  • দুয়ো দলে শুকুৰবাৰে একেলগে নিৰ্বাচনী প্ৰচাৰ চলায় মইনপুৰীত।


— ANI UP/Uttarakhand (@ANINewsUP) April 19, 2019