New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D7J1Y8VXsAAv2Vw.jpg)
- ২৩ মে'ত ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাক লৈ তৎপৰ নিৰ্বাচন আয়োগ।
- নিৰ্বাচনৰ ভোটগণনাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি দিছে কঠোৰ দৃষ্টি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7J1Y_SXkAYC87g.jpg)
- ষ্ট্ৰং ৰুমৰ সুৰক্ষাৰ বাবেও গ্ৰহণ কৰা হৈছে ব্যৱস্থা।
- মহাৰাষ্ট্ৰৰ শিৱাড়ী ভোটগণনা কেন্দ্ৰত বাহিৰত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী।
- আনফালে উত্তৰ প্ৰদেশৰ ভূপালৰ ষ্ট্ৰং ৰুমতো কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7JzZ-xXsAAbgrK.jpg)
- গণনাকাৰী বিষয়া, পুলিং এজেন্ট আৰু প্ৰাৰ্থীক ষ্ট্ৰং ৰুমত প্ৰৱেশৰ পূৰ্বে চলোৱা হৈছে তালাচী।
- বৃহস্পতিবাৰে আৰক্ষীৰ উপস্থিত অনুষ্ঠিত হ'ব ভোটগণনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D7J1xtrW4AAiWzr.jpg)
- ষ্ট্ৰং ৰুমত নিৰাপত্তাজনিত কাৰণত লগোৱা হৈছে চিচিটিভি কেমেৰা।