ভোট গণনাৰ সময়ত ইভিএমৰ সন্দৰ্ভত অভিযোগ থাকিলে যোগাযোগ কৰক এই নম্বৰত…

ভোট গণনাৰ সময়ত ইভিএমৰ সন্দৰ্ভত অভিযোগ থাকিলে যোগাযোগ কৰক এই নম্বৰত…

author-image
asomiyapratidin
New Update
ৰাজ্যৰ তৃতীয় পৰ্যায়ত ক’ত কিমান ভোটদানৰ হাৰ…

ডিজিটেল ডেস্কঃ ২৩ মে'ত ঘোষণা কৰা হ'ব সপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফল। ফলাফল ঘোষণাৰ সমান্তৰালভাৱে শেহতীয়াকৈ বিভিন্ন সংস্থাই প্ৰকাশ প্ৰকাশ কৰা এগজিট পলক লৈ বিৰোধী দল সমূহৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বহুতে ইভিএমক লৈও কৰিছে প্ৰশ্ন, তেনে প্ৰেক্ষাপটত এতিয়া দেশৰ নিৰ্বাচন আয়োগে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ।

ভোট গণনাৰ দিনটোত ই ভি এমকলৈ যিকোনো ধৰণৰ সন্দেহ থাকিলে যোগাযোগ কৰিব পাৰিব এই হেল্পলাইন নম্বৰত। নম্বৰটো হৈছে ০১১–২৩০৫২১২৩। ২৪ ঘণ্টাই উপলব্ধ হ'ব এই নম্বৰ, ইতিমধ্যে তাৰ বাবে দিল্লীত নিৰ্বাচন আযোগে এটা কণ্ট্ৰল ৰূমো স্থাপন কৰিছে।