আয়োগৰ বাধা! ৰোড শ্ব’, নিৰ্বাচনী সভাত অংশ ল’ব নোৱাৰিব সিদ্ধুৱে…

আয়োগৰ বাধা! ৰোড শ্ব’, নিৰ্বাচনী সভাত অংশ ল’ব নোৱাৰিব সিদ্ধুৱে…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশ।
  • কোনো ৰোড শ্ব' আৰু জনসভাত অংশ ল'ব নোৱাৰিব নৱজোত সিং সিদ্ধুৱে।
  • নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ বাবে এই কঠোৰ নিৰ্দেশনা।
  • পঞ্জাৱৰ মন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ নৱজোত সিং সিদ্ধুৱে ৭২ ঘণ্টাৰ বাবে আয়োগে দিলে এই বাধা।
  • ২৩ এপ্ৰিলৰ পুৱা ১০ বজাৰ পৰা প্ৰযোজ্য হ'ব এই নিৰ্দেশ।