New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-commission-seeks-ban-of-all-political-advertising-on-social-media-48-hours-before-polls.jpg)
- ভাৰতীয় নিৰ্বাচন আয়োগৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত বৈঠক।
- মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে বৈঠক।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী সন্দৰ্ভত অনুষ্ঠিত হৈছে এই বৈঠক।
- তিনিওগৰাকী নেতাৰ বিৰুদ্ধে আছে নিৰ্বাচনী আচৰণবিধি উলংঘনৰ অভিযোগ।
- এই অভিযোগৰ পৰিপ্ৰেক্ষিততেই আলোচনা কৰা হৈছে বৈঠকত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us