New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/rahul-gandhi-in-amethi_b56c26da-85ea-11e8-b9ce-1e6263d714a8.jpg)
ফাইল ফটো
- ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ।
- নিৰ্বাচন আয়োগে জাৰি কৰিলে জাননী।
- আমেথিত এজন ব্যক্তিৰ অট্টালিকাৰ ৱালত কংগ্ৰেছে আঁৰিছিল ন্যায় যোজনাৰ বেনাৰ।
- অট্টালিকাটোৰ মালিকৰ পৰা তাৰ বাবে লোৱা নাছিল কোনো অনুমতি।
- ২৪ ঘন্টাৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ ৰাহুল গান্ধীক নিৰ্দেশ নিৰ্বাচন আয়োগৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us