নিৰ্বাচনী প্ৰচাৰত শ্বহীদক অপমান! সাধ্বী প্ৰজ্ঞাৰ বিৰুদ্ধে মধ্যপ্ৰদেশ নিৰ্বাচন আয়োগৰ তদন্ত

নিৰ্বাচনী প্ৰচাৰত শ্বহীদক অপমান! সাধ্বী প্ৰজ্ঞাৰ বিৰুদ্ধে মধ্যপ্ৰদেশ নিৰ্বাচন আয়োগৰ তদন্ত

author-image
asomiyapratidin
New Update
নিৰ্বাচনী প্ৰচাৰত শ্বহীদক অপমান! সাধ্বী প্ৰজ্ঞাৰ বিৰুদ্ধে মধ্যপ্ৰদেশ নিৰ্বাচন আয়োগৰ তদন্ত

  • ভূপাল সমষ্টিৰ বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ।
  • মধ্য প্ৰদেশ নিৰ্বাচন আয়োগে সাধ্বী প্ৰজ্ঞাৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত।
  • ভূপালৰ এক নিৰ্বাচনী সভাত শ্বহীদক লৈ আপত্তিজনক মন্তব্য কৰিছিল বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
  • ২৬-১১ৰ মুম্বাইৰ ভয়ংকৰ বিস্ফোৰণত শ্বহীদ হোৱা মুম্বাই সন্ত্ৰাস বিৰোধী গোটৰ মুৰব্বী হেমন্ত কৰকাৰেক লৈ কৰিছিল মন্তব্য।
  • শ্বহীদ হেমন্ত কৰকাৰেয়ে কৰা পাপৰ শাস্তি ভোগ কৰা বুলি মন্তব্য কৰিছিল সাধ্বী প্ৰজ্ঞাই।
  • সাধ্বী প্ৰজ্ঞাৰ এই মন্তব্যৰ পিছতে নিৰ্বাচন আয়োগত দাখিল কৰা হয় অভিযোগ।
  • উল্লেখ্য যে, মালেগাঁও বোমা বিস্ফোৰণৰ মূল অভিযুক্ত সাধ্বী প্ৰজ্ঞাৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব বহন কৰিছিল হেমন্ত কৰকাৰেয়ে।
  • কিন্তু তদন্ত সম্পূৰ্ণ হোৱাৰ পূৰ্বেই মুম্বাইৰ সন্ত্ৰাসবাদী বিস্ফোৰণত শ্বহীদ হয় এটিএছৰ মুৰব্বী গৰাকী।