নিৰ্বাচন-২০১৯ ডিফু লোকসভা সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব… ডিফু লোকসভা সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব… asomiyapratidin 18 Apr 2019 06:48 IST Follow UsNew Updateসমষ্টি- ডিফু লোকসভা সমষ্টি।মুঠ প্ৰাৰ্থীৰ সংখ্যা- ৫ জন।বিজেপি প্ৰাৰ্থী হৰেনছিং বে ।কংগ্ৰেছ দলৰ বীৰেনছিং ইংতি।এ এছ ডি চি ৰ হলিৰাম তেৰাঙ।এল পাৰ্টি হিলচ্ লীডাৰ কনফাৰেঞ্চৰ জন ইংতি কাথাৰ।এন পি পিৰ লিয়েন কছন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক