নিৰ্বাচন-২০১৯ ভোটদান কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই… ভোটদান কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই… asomiyapratidin 18 Apr 2019 09:21 IST Follow UsNew Updateদ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ ভিৰ।পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।পুৱাই ভোটদান কৰিলে মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই।ৰাইজৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটাধিকাৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক