New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4f30e9U0AE9hBy.jpg)
- 'ভূপাল সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ বিষয়ে মই একো কথাই ক'ব নিবিচাৰো।'
- 'তেওঁ মোৰ বাবে কোনো ফেক্টৰ নহয়।'
- 'মোৰ বিৰুদ্ধে যিয়েই প্ৰতিদ্বন্দ্বিতা নকৰক, বিষয় হ'বই নোৱাৰে।'
- এই মন্তব্য ভূপাল সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দিগ্বিজয় সিঙৰ।
- সমষ্টিটোৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব সাধ্বী প্ৰজ্ঞাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us