ধুবুৰীৰ তামাৰহাটৰ ভোটকেন্দ্ৰত অসুস্থ এগৰাকী প’লিং বিষয়া…

ধুবুৰীৰ তামাৰহাটৰ ভোটকেন্দ্ৰত অসুস্থ এগৰাকী প’লিং বিষয়া…

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • ধুবুৰীৰ তামাৰহাটৰ ভোটকেন্দ্ৰত নিশা অসুস্থ হৈ পৰে এগৰাকী প'লিং বিষয়া।
  • অসুস্থ জিতেন্দ্ৰ নাথ ৰায় নামৰ বিষয়াগৰাকী সম্প্ৰতি ধুবুৰী চিকাৎসালয়ত চিকিৎসাধীন।
  • তেওঁৰ ঠাইত নতুনকৈ ছামছুল হক মণ্ডল নামৰ এজনক নিযুক্তি।
  • উজানপেটলা এম ই স্কুল ভোটকেন্দ্ৰত এই ঘটনা।