ধুবুৰী সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

ধুবুৰী সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

author-image
asomiyapratidin
New Update
ধুবুৰীত নাওঁ দুৰ্ঘটনাত সন্ধানহীন শিশুৰ মৃতদেহ উদ্ধাৰ…

  • ধুবুৰী সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকল হ'ল
  • কংগ্ৰেছৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰী,
  • অগপৰ জাৱেদ ইছলাম,
  • তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰী,
  • এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল,
  • হিন্দুস্থান নিৰ্মাণ দলৰ প্ৰাৰ্থী অলকেশ ৰয়,
  • ছ'চিয়েলিষ্ট ইউনিটী চেন্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ প্ৰাৰ্থী শুৰত জামান মণ্ডল,
  • পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ)ৰ প্ৰাৰ্থী জহিৰুল ইছলাম খান,
  • ভাৰতীয় নেশ্যনেল জনতা দলৰ প্ৰাৰ্থী নৃপেন দাস,
  • ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী মেহবুবৰ ৰহমান,
  • ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী শ্বাহজাহান শ্বেখ,
  • আৰু নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে- অনামিকা সৰকাৰ, উত্তম কুমাৰ ৰায়, মিৰ হুছেইন সৰকাৰ, ৰুকুনুৰ জামান, ছুকুৰ আলী।