পত্নীৰ হৈ ধৰ্মেন্দ্ৰৰ নিৰ্বাচনী প্ৰচাৰ…

পত্নীৰ হৈ ধৰ্মেন্দ্ৰৰ নিৰ্বাচনী প্ৰচাৰ…

author-image
asomiyapratidin
New Update
পত্নীৰ হৈ ধৰ্মেন্দ্ৰৰ নিৰ্বাচনী প্ৰচাৰ…

  • অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থী হেমামালিনীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিছে অভিনেতা স্বামী ধৰ্মেন্দ্ৰ।
  • দেওবাৰে মথুৰাত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় ধৰ্মেন্দ্ৰই।
  • পত্নীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ প্ৰশংসা অভিনেতাগৰাকীৰ।
  • বিজেপি চৰকাৰ গঠন হ'লে দেশ অধিক উন্নয়নৰ দিশে আগবাঢ়িব বুলি মন্তব্য।
  • উপস্থিত জনতাক পদুম ফুলত ভোট দি হেমামালিনীক জয়ী কৰাবলৈ আহ্বান ধৰ্মেন্দ্ৰৰ।
  • মথুৰা লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব হেমামালিনীয়ে।