ভোটদান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

ভোটদান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

author-image
asomiyapratidin
New Update
ভোটদান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

  • ভোটদান কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
  • চিভিল লাইনৰ এটা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁ।
  • ভোটদান কৰিয়ে আম আদমি পাৰ্টিৰ প্ৰাৰ্থী জয়ী হ'ব বুলি মন্তব্য।
  • উল্লেখ্য যে, দেশৰ ৭খন ৰাজ্যৰ ৫৯টা সমষ্টিত দেওবাৰে অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।