দিল্লীৰ ৬ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা, বিজেপিৰ মনোজ তিৱাৰীৰ বিৰুদ্ধে শীলা দীক্ষিত

দিল্লীৰ ৬ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ নাম ঘোষণা, বিজেপিৰ মনোজ তিৱাৰীৰ বিৰুদ্ধে শীলা দীক্ষিত

author-image
asomiyapratidin
New Update
দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দিক্ষীতৰ দেহাৱসান

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সোমবাৰে কংগ্ৰেছে ঘোষণা কৰা ৬ সমষ্টিৰ প্ৰাৰ্থীৰ নাম। দিল্লীৰ গুৰুত্বপূৰ্ণ সমষ্টি চান্দনী চ'কৰ বাবে জে পি অগ্ৰৱাল আৰু উত্তৰ পূব দিল্লীৰ সমষ্টিৰ বাবে শীলা দীক্ষিতক টিকট প্ৰদান কৰিছে। শীলা দীক্ষিতৰ বিৰুদ্ধে এই সমষ্টিটোত বিজেপি প্ৰাৰ্থী হৈছে মনোজ তিৱাৰী।