New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/Congress.1face-pics.jpg)
- আৰক্ষী থানাৰ ভিতৰতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষৰ খং।
- খঙতে আৰক্ষীৰ সন্মুখতে কাণতলীয়া শোধালে এজনক।
- ত্ৰিপুৰাৰ খোৱাই আৰক্ষী থানাৰ ভিতৰত সংঘটিত হয় এই ঘটনা।
- ত্ৰিপুৰাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেৱ বৰ্মনৰ কনভয়ত আক্ৰমণ কৰিছিল লোকজনে।
- ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনৰ জ্যেষ্ঠ ভগ্নী প্ৰজ্ঞা দেৱ বৰ্মন।
- প্ৰাৰ্থীগৰাকীৰ কনভয়ত আক্ৰমণ কৰাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল লোকজনক।
- ইয়াৰ পিছতে থানাত উপস্থিত হৈ লোকজনক প্ৰহাৰ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।
- এই সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত।
- চাওক ভিডিঅ'-
#WATCH: Tripura Congress President Pradyot Kishore Deb Burman slaps a man inside Khowai police station in Tripura. According to sources, the man was arrested for attacking convoy of Pragya Deb Burman, Tripura Congress candidate & Pradyot's elder sister pic.twitter.com/dHsW7vK90u
— ANI (@ANI) April 18, 2019
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us