পদত্যাগৰ সিদ্ধান্তত অটল ৰাহুল গান্ধী, ৪ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব চিডব্লিউচিৰ দ্বিতীয় বৈঠক

পদত্যাগৰ সিদ্ধান্তত অটল ৰাহুল গান্ধী, ৪ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব চিডব্লিউচিৰ দ্বিতীয় বৈঠক

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ

ফাইল ফটো

  • কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগৰ সিদ্ধান্তত অটল ৰাহুল গান্ধী।
  • অহা ৪ দিনৰ ভিতৰত অনুষ্ঠিত হ'ব কংগ্ৰেছ ৱৰ্কিং কমিটীৰ আন এখন বৈঠকত।
  • বৈঠকত অন্তিমবাৰ সৈমান কৰোৱাৰ চেষ্টা কৰা হ'ব ৰাহুল গান্ধীক।
  • বিকল্প সন্দৰ্ভতো আলোচনা কৰা হ'ব বৈঠকতে।
  • কংগ্ৰেছ সূত্ৰই সদৰি কৰিলে এই কথা।
  • সদ্য ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছৰ চৰম বিফলতাৰ পিছতে অধ্যক্ষ পদৰ পৰা পদত্যাগ বিচাৰিছিল ৰাহুল গান্ধীয়ে।