New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/congress-meeting-twitter_650x400_61518889367.jpg)
ফাইল ফটো
- আজি দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক।
- সভাপতি ৰাহুল গান্ধীয়ে আয়োজন কৰিছে এই বৈঠকৰ।
- লোকসভা নিৰ্বাচনী ফলাফল সন্দৰ্ভত বৈঠক আলোচনা কৰাৰ সম্ভাৱনা আছে।
- বৈঠকত উপস্থিত থাকিব ৰাজ্য সমূহৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ লগতে নেতা-কৰ্মীসকল।