নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় পঞ্জাৱত কংগ্ৰেছৰ জয়যাত্ৰা… পঞ্জাৱত কংগ্ৰেছৰ জয়যাত্ৰা… asomiyapratidin 23 May 2019 12:31 IST Follow UsNew Updateপঞ্জাৱত কংগ্ৰেছৰ জয়যাত্ৰা।লোকসভাৰ ১৩ খন আসনৰ ভিতৰত ৮ খন আসনতে অগ্ৰগতি কংগ্ৰেছৰ।ভাৰতীয় জনতা পাৰ্টী আগবাঢ়ি আছে ২ খন আসনত। আম আদমী পাৰ্টী আৰু শিৰোমণি অকালি দল আগবাঢ়ি আছে ২ খন আসনত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক