New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D45Ys24UcAEK1LA.jpg)
- নিৰ্বাচনৰ মাজতে বিজেপি ত্যাগ সাংসদৰ।
- বিজেপি সাংসদ উদিত ৰাজৰ কংগ্ৰেছত যোগদান।
- বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিলে উদিত ৰাজে।
- কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছত যোগদান তেওঁৰ।
- 'উদিত ৰাজৰ আগমণে আমাৰ শক্তি বৃদ্ধি কৰিব।'
- এই মন্তব্য ৰাহুল গান্ধীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us