New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/হতাহতি.jpg)
- মুম্বাই নৰ্থত কংগ্ৰেছ-বিজেপি সমৰ্থকৰ মাজত হতাহতি।
- কংগ্ৰেছৰ প্ৰাৰ্থী তথা অভিনেত্ৰী উৰ্মিলা মাতোণ্ডকাৰে প্ৰচাৰ চলাবলৈ গৈছিল সেই স্থানত।
- বিজেপিৰ সমৰ্থকে দিছিল মোডী জিন্দাবাদ ধ্বনী।
- ইয়াকে লৈ দুই দলৰ সমৰ্থকৰ মাজত সংঘাত।
- কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰক্ষীয়ে।
#WATCH Scuffle broke out between Congress workers & BJP supporters during Congress candidate from Mumbai North, Urmila Matondkar's election campaign at Borivali. #Maharashtra. #LokSabhaElections2019pic.twitter.com/0CD5bhD2Ly
— ANI (@ANI) April 15, 2019
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us