New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D38RAe9U4AEtb52.jpg)
- 'আম আদমী পাৰ্টীয়ে যদি বিচাৰে দিল্লীত কংগ্ৰেছে মিত্ৰতা কৰিব।'
- এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা পিচি চ'কোৰ।
- শুকুৰবাৰে এক সংবাদ মেলত এই মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।
- 'আম আদমী পাৰ্টীয়ে অন্য ৰাজ্যতো মিত্ৰতা স্থাপন কৰিব বিচাৰিছে কংগ্ৰেছৰ সৈতে।'
- 'কিন্তু সেয়া আমাৰ বাবে সম্ভৱ নহয়।'
- 'কিয়নো প্ৰত্যেকখন ৰাজ্যৰে পৰিস্থিতি পৃথক পৃথক।'
- 'আমি কাইলৈ অথবা পৰহিলৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিম।'
- 'যদি আপ-এ বিচাৰে তেন্তে নিশ্চয় মিত্ৰতা হ'ব।'
- সংবাদ মেলত এইদৰে সদৰি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
- উল্লেখ্য যে, আপ আৰু কংগ্ৰেছৰ মিত্ৰতাক লৈ কিছুদিন ধৰি চৰ্চা চলি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us