পথ দুৰ্ঘটনাত পুলিং বিষয়াৰ মৃত্যু, ৫জন আহত…

পথ দুৰ্ঘটনাত পুলিং বিষয়াৰ মৃত্যু, ৫জন আহত…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে অঘটন।
  • ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ থকা অৱস্থাত পথ দুৰ্ঘটনাত পতিত হৈ এজন পুলিং অফিচাৰৰ মৃত্যু।
  • এই দুৰ্ঘটনাত আহত হৈছে আন ৫জন লোক।
  • ছত্তীশগড়ৰ বশন্তপুৰত সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • ই ভি এমৰ সৈতে এই দলটো ৰাওনা হৈছিল ভোটগ্ৰহণ কেন্দ্ৰলৈ।
  • ৫১নং বালৰামপুৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ আছিল দলটো।