নিৰ্বাচন-২০১৯ মুখ্য-পৃষ্ঠা ছত্তীশগড়ত ভোটগ্ৰহণৰ সময়তে আই ই ডি বিস্ফোৰণ, আহত জোৱান… ছত্তীশগড়ত ভোটগ্ৰহণৰ সময়তে আই ই ডি বিস্ফোৰণ, আহত জোৱান… asomiyapratidin 18 Apr 2019 12:20 IST Follow UsNew Updateছত্তীশগড়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে আই ই ডি বিস্ফোৰণ।মাওবাদীয়ে সংঘটিত কৰে এই বিস্ফোৰণ।ছত্তীশগড়ৰ ৰাজনন্দ গাঁৱত এই বিস্ফোৰণ।বিস্ফোৰণত আই টি পি পিৰ এজন জোৱান গুৰুতৰভাৱে আহত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক