শনিবাৰে মায়াৱতী, অখিলেশক সাক্ষাৎ কৰিব চন্দ্ৰবাবু নাইডুৱে…

শনিবাৰে মায়াৱতী, অখিলেশক সাক্ষাৎ কৰিব চন্দ্ৰবাবু নাইডুৱে…

author-image
asomiyapratidin
New Update
শনিবাৰে মায়াৱতী, অখিলেশক সাক্ষাৎ কৰিব চন্দ্ৰবাবু নাইডুৱে…

  • শনিবাৰে লক্ষ্ণৌ ভ্ৰমণ কৰিব অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টীৰ অধ্যক্ষ চন্দ্ৰবাবু নাইডুৱে।
  • উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱ আৰু মায়াৱতীক সাক্ষাৎ কৰিব তেওঁ।
  • উত্তৰ প্ৰদেশৰ ৰাজনীতি সন্দৰ্ভত কৰিব আলোচনা।
  • শুকুৰবাৰে চন্দ্ৰবাবু নাইডুৱে সাক্ষাৎ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক।
  • দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকী মিলিত হয় দীৰ্ঘ সময়জোৰা বৈঠকত।
  • বৈঠকত বিৰোধীৰ ৰাজনৈতিক মিত্ৰতা সন্দৰ্ভত হয় আলোচনা।