পৰাজয় স্বীকাৰ! অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পদত্যাগ

পৰাজয় স্বীকাৰ! অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পদত্যাগ

author-image
asomiyapratidin
New Update
পৰাজয় স্বীকাৰ! অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ পদত্যাগ

  • অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ পদত্যাগ।
  • মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ টিডিপিৰ অধ্যক্ষগৰাকীৰ।
  • বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্যপালৰ হাতত অৰ্পন কৰিলে পদত্যাগ পত্ৰ।
  • অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হয় টেলেগু দেশম পাৰ্টী।
  • ৰাজ্যখনৰ ১৭৫টা বিধানসভা সমষ্টিৰ ১৪৯ খনতে আগবাঢ়ি আছে ৱাইএছআৰচিপি।