নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় ৱাইনাডত ৰাহুল গান্ধীৰ সমৰ্থকৰ মাজত আনন্দ-উল্লাস… ৱাইনাডত ৰাহুল গান্ধীৰ সমৰ্থকৰ মাজত আনন্দ-উল্লাস… asomiyapratidin 23 May 2019 16:53 IST Follow UsNew Updateকেৰালাত উৎসৱমুখৰ পৰিৱেশ।কেৰালাৰ ৱাইনাডত কংগ্ৰেছ সমৰ্থকৰ মাজত আনন্দ-উচাহ।ৱাইনাডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰাহুল গান্ধীয়ে।৮,৩৮,৩৭১টা ভোটত ৱাইনাডত আগবাঢ়ি আছে ৰাহুল গান্ধী। আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক