বটদ্ৰৱাত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে ভোট গ্ৰহণ…

বটদ্ৰৱাত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে ভোট গ্ৰহণ…

author-image
asomiyapratidin
New Update
বটদ্ৰৱাত পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে ভোট গ্ৰহণ…

  • ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ সমষ্টিৰ বটদ্ৰৱাটো শান্তিপূৰ্ণভাৱে চলি আছে ভোট গ্ৰহণ।
  • পুৱাৰে পৰা ভোটগ্ৰহণকেন্দ্ৰত ভোটাৰ ৰাইজৰ শাৰী।
  • বটদ্ৰৱাৰ ৪৯ আৰু ৫৯ নং ভোটগ্ৰহণ কেন্দ্ৰত থানৰ ভকত বৈষ্ণৱ সকলে কৰে ভোটদান।
  • শৃংখলৱদ্ধভাৱে সকলোৱে কৰিছে ভোটদান।