নিৰ্বাচন-২০১৯ বোকাখাতৰ ৮১ নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল… বোকাখাতৰ ৮১ নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল… asomiyapratidin 11 Apr 2019 09:01 IST Follow UsNew Updateবোকাখাতৰ ৮১ নং ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল।ভোটদানৰ বাবে আহি ৰৈ আছে কলিয়াবৰ লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈ।বোকাখাতৰ ৮৪ নং বুঢ়াজান প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত EVM বিকল।১০০ জন ভোটাৰে ভোটদান কৰাৰ পাছতেই বিকল হয় EVM টো।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক