ৰাজস্থানত বিজেপিৰ মাজতে সংঘাত, চাওক ভিডিঅ’

ৰাজস্থানত বিজেপিৰ মাজতে সংঘাত, চাওক ভিডিঅ’

author-image
asomiyapratidin
New Update
বিয়লি ৩ বজাৰলৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ…

  • লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে ৰাজস্থানত উত্তপ্ত পৰিস্থিতি।
  • ভাৰতীয় জনতা পাৰ্টীৰ দুটা দলৰ মাজত সংঘাত।
  • দলীয় সংঘাতে ধাৰণ কৰিলে ভয়াবহ ৰূপ।
  • ৰাজস্থানৰ আজমেৰ জিলাৰ মাচুদাত সংঘটিত হয় এই ঘটনা।
  • দলীয় প্ৰাৰ্থিত্বকেন্দ্ৰিক কাৰণতে সৃষ্টি হয় এই সংঘাতৰ।
  • পিছত নিৰাপত্তাৰক্ষীৰ দলে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
  • চাওক ভিডিঅ'-


— ANI (@ANI) April 12, 2019