New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-state-wise.jpg)
- নিশা ১১.০০ বজালৈকে ৫৪২ খন আসনৰ ভিতৰত ৩৪২ খন আসনৰ ফলাফল ঘোষণা।
- বিজেপিয়ে লাভ কৰিছে ২০৮ খন আসন।
- অগ্ৰগতি লাভ কৰি আছে ৯৫ খন আসনত।
- আনহাতে কংগ্ৰেছে ৩৯ খন আসন লাভ কৰাৰ বিপৰীতে ১৩ খনত আগ্ৰগতি লাভ কৰি আছে।
- শিৱসেনাই জয়ী হোৱাৰ বিপৰীতে ৮ খনত লাভ কৰি আছে অগ্ৰগতি।
- তৃণমূল কংগ্ৰেছে ১২ খন আসনত জয়লাভ কৰিছে, অগ্ৰগতি লাভ কৰি আছে ১০ খন আসনত।