New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/bjp-flag-3818-1.jpg)
প্ৰতীকি ফটো
- আজি বিজেপিৰ নৱ নিৰ্বাচিত সাংসদৰ বৈঠক।
- বিয়লি ৫ বজাত অনুষ্ঠিত হ'ব এই বৈঠক।
- দুপৰীয়াৰ ভিতৰত সকলো সাংসদক দিল্লীত উপস্থিত হোৱাৰ নিৰ্দেশ।
- আজি বৈঠকতে আনুষ্ঠানিকভাৱে নেতা নিৰ্বাচন কৰা হ'ব নৰেন্দ্ৰ মোডীক।
- ৩০ মে'ত নতুন চৰকাৰে শপত লোৱাৰ সম্ভাৱনা।
- শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰিত হ'ব বিভিন্ন ৰাষ্ট্রৰ নেতা।
- শ্ৰী লংকাৰ ৰাষ্ট্ৰপতিও আহিব পাৰে শপত গ্ৰহণ অনুষ্ঠানলৈ