২৭৯ খন আসনত আগবাঢ়ি আছে বিজেপি, বাৰনসীত মোডী আগবাঢ়িছে…

২৭৯ খন আসনত আগবাঢ়ি আছে বিজেপি, বাৰনসীত মোডী আগবাঢ়িছে…

author-image
asomiyapratidin
New Update
বেগুছৰাইত পিছ পৰিছে কানহাইয়া কুমাৰ…

  • নিৰ্বাচন আয়োগে সদৰি কৰা মতে, দেশৰ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফলত ২৭৯ খন আসনত আগবাঢ়ি আছে বিজেপি।
  • কংগ্ৰেছে আগবাঢ়ি আছে ৫১খন আসনত।
  • বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰধানমন্ত্ৰী মোডী আগবাঢ়ি আছে ১০ হাজাৰ ভোটত।
  • গুজৰাটৰ গান্ধীনগৰ সমষ্টিত ৫০ হাজাৰ ভোটত আগবাঢ়ি আছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহ।