New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/election-state-wise.jpg)
- বেগুচৰাই সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিং।
- বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ১৮৫৫৭০ টা ভোট।
- আনহাতে সমষ্টিটোত চিপিআই প্ৰাৰ্থী কানহাইয়া কুমাৰে লাভ কৰিছে ৯০২২৮টা ভোট।
- সমষ্টিটোৰ নোটা ভোটৰ সংখ্যা হৈছে ৬৩৪৪টা ভোট।
- আনহাতে আৰজেডি দলৰ প্ৰাৰ্থী মহম্মদ তনবীৰ হাছানে লাভ কৰে ৬২৪৮৯টা ভোট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us